মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

ভিডিঅ বিভাগ

ভিডিঅ বিভাগ

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅত ভিডিঅ বিভাগটো ১৯৯৬ চনত আৰম্ভ হয়। বিভাগটোত কেমেৰা আৰু সম্পাদনাৰ (এডিটিং) বাবে মেচিন মজুত আছে, যিবিলাক প্ৰযোজক আৰু নিৰ্দেশকে উচিত দৰত ব্যৱহাৰ কৰিব পাৰে।
উপলব্ধ সুবিধাসমূহ হল :

  • ARRI – ALEXA XT কেমেৰা
  • চনী এইচভিআৰ জেড-৭পি কেমকৰ্ড
  • এফচিপি সম্পাদনৰ মেচিন