মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

শব্দৰ পুনঃ লিপিবদ্ধকৰণ থিয়েটাৰ

জ্যোতি চিত্ৰবনৰ ডাবিং, কণ্ঠ আৰু সংগীতৰ ৰেকৰ্ডিং আৰু মিক্সিং কৰাৰ কলাশৈলী আছে। এই ষ্টুডিঅটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত নামাকৰণ কৰা হৈছে। এইটো ষ্টুডিঅতে অডিঅ আৰু পোষ্ট প্ৰডাকচন সম্পূৰ্ণ কৰা বহুবিলাক চলচ্চিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।