মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

ফিল্ম চিটি

এই সন্থাটোৱে ১০ একৰতকৈ অলপ কম চৌহদৰ হলেও বৰ্হিদৃশ্য গ্ৰহণৰ বাবে বিভিন্ন দৃষ্টিনন্দন স্থান, মন্দিৰ, অতিথিশালা, ক্ষুদ্ৰ চাহ বাগিচা, জনসাধাৰণৰ থকাঘৰ, জংঘল, সুদৃশ্য বাগিচা আদিৰে ফিল্ম চিটিৰ সুবিধা লাভ কৰিছে। ফিল্ম শ্বুটিং, ভিডিঅ আদিৰ বাবে যথেষ্ট মুকলি ঠাইও আছে।