মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

সুবিধাসমূহ

জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅৰ সুবিধাসমূহ

  • শ্বুটিং ফ্ল'ৰ (৪খন)
    1. সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা শ্বুটিং ফ্লৰ (লাইটিং গ্ৰীডৰ সৈতে)
    2. প্ৰথমেশ চন্দ্ৰ বৰুৱা শ্বুটিং ফ্লৰ (আধুনিক লাইটিং গ্ৰীডৰ সৈতে)
    3. অন লাইন ষ্টুডিঅ ফ্লৰ
    4. মিনি শ্বুটিং ফ্লৰ
  • অডিটৰিয়াম (প্ৰেক্ষাগৃহ)
    1. ২০৮খন আসন থকা আৰু ফিল্ম প্ৰজেকচনৰ ব্যৱস্থা থকা ৰুদ্ৰবৰুৱা বাতানুকূল অডিটৰিয়াম। এই অডিটৰিয়ামটো সভা পতা, ৰিয়েলিটী শ্ব', প্ৰগ্ৰেম আদিৰ বাবে বন্দোবস্ত কৰি ব্যৱহাৰ কৰিব পাৰি। গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই প্ৰেক্ষাগৃহতটোকেই চেন্সৰ বোৰ্ডে সঘনাই ব্যৱহাৰ কৰে।
  • চৌহদ আৰু বৰ্হিদৃশ্য গ্ৰহণৰ স্থান
  • কেণ্টিন আৰু অতিথিশালাৰ সুবিধা
  • ভ্ৰাম্যমাণ জেনেৰেটৰ ভান
  • অডিঅ ৰেকৰ্ডিং আৰু মিক্সিং ষ্টুডিঅ আৰু ভিডিঅ বিভাগ।