মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

ভিডিঅ এডিটিং (সম্পাদনা) বন্দোবস্ত

ভিডিঅ এডিটিং চেচন বন্দোবস্ত কৰিবলৈ হলে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ চৌহদৰ কাৰ্যালয়লৈ আহক আৰু এখন বন্দোবস্তৰ ফৰ্ম ভৰ্তি কৰি আৱশ্যকীয় ধনখিনি আদায় দিয়ক।