মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজ

কেমেৰা, সঁজুলি আদিৰ আগতীয়া বন্দোবস্ত

কেমেৰা, লাইট আৰু আন আন সঁজুলিসমূহ আগতীয়াকৈ বন্দোবস্ত কৰিবলৈ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ চৌহদলৈ আহক, আগতীয়া বন্দোবস্ত বাবে ফৰ্ম এখন ভৰ্তি কৰিবলৈ আৱশ্যকীয় ধনখিনি আদায় দিয়ক।